Sunday 13 October 2019

Understanding the Nature of Bondage -4 (সংসাৰ বন্ধনৰ স্বৰূপ -৪)



The limitation that causes sufferings in our worldly life are broadly divided into three categories. First, our body is subjected to sufferings of many kinds due to hunger, thirst , heat ,cold ,tiredness , diseases of deferent types etc. etc. Secondly, other people and animals etc. become causes of our troubles in so many ways . Man may become our enemy and do harm in every fashion. Animals may attack and injure us. Insects like mosquitoes, harmful bacteria etc. may insert dieses into our body and so on . The third type of limitations and sufferings is due to natural calamities like earthquake ,volcanic eruption , rain , flood , tornado , land erosion etc. etc. Guru Harideva told that after taking birth in this world, nobody can escape from sufferings and limitations inflicted by these three classes of factors. But by proper understanding of the actual situations and making proper correction of our thought in this regard, we can accept these limitations and sufferings without much pain .

যিবিলাক বন্ধনে আমাৰ জাগতিক জীৱনত যন্ত্ৰণা সৃষ্টি কৰিব পাৰে,সেই সমুহক প্ৰধানতঃ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে প্ৰথম বন্ধন হৈছে আমাৰ শৰীৰ শৰীৰ ভোক , পিয়াহ , দুঃখ ,ভাগৰ ,জাৰ ,জহ , বিভিন্ন প্ৰকাৰৰ ৰোগ ইত্যাদি অসংখ্য প্ৰকাৰৰ যন্ত্ৰণাৰ সন্মুখীন হয় দ্বিতীয়তঃ অন্য মানুহ , জীৱ-জন্তু আদি আমাৰ বাবে অনেক প্ৰকাৰৰ যন্ত্ৰণাৰ কাৰণ হৈ উঠে মানুহে শত্ৰুতা আচৰণ কৰি অনেক প্ৰকাৰৰ দুৰ্ভোগৰ সৃষ্টি কৰে বাঘ ,হ আদি জন্তুৱে আক্ৰমণ কৰি আমাক ঘুণীয়া কৰিব পাৰে মহ ,বেক্টেৰীয়া আদি কীট পতঙ্গই আমাৰ শৰীৰত বিভিন্ন ৰোগৰ বীজাণু বিয়পাব পাৰে - ইত্যাদি অনেক প্ৰকাৰৰ যন্ত্ৰণা এইবোৰৰ পৰা আহে তৃতীয় প্ৰকাৰৰ বন্ধন আৰু যন্ত্ৰণা ভূমিকম্প , আগ্নেয়গিৰিৰ উদ্গীৰণ , ধুমুহা ,অতিবৃষ্টি , ভূস্খলন আদি বহু প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগৰ মাধ্যমত আহে হৰিদেৱ গুৰুজনাই কৈছে যে পৃথিৱীত জন্ম লোৱাৰ পিচত কোনো লোকেই এই তিনি প্ৰকাৰৰ বন্ধন আৰু বন্ধনজনিত যন্ত্ৰণাৰ পৰা হাত সাৰিব নোৱাৰে কিন্তু এই সমুহ বিষয়ত উপযুক্ত জ্ঞান লাভ কৰাৰ পিচত এই সমুহৰ প্ৰতি আমাৰ দৃষ্টিভঙ্গী সলনি হয় আৰু তেতিয়া জগতৰ এইবিলাক পৰিস্থিতিক সহজ ভাৱে গ্ৰহণ কৰি যন্ত্ৰণা লাঘৱ কৰিব পাৰি

No comments:

Post a Comment