Guru Harideva told that , as a first step of approach to deal with the limitations that
we feel in our worldly life , we should consider these limitations or bondages
as dreams . Dream is a temporary state of our consciousness which vanishes
immediately after our awakening .
Likewise feeling of bondage is also a temporary status of our actual being, which
is beyond our body-mind complex . This feeling of bondage vanishes immediately
after our thought habit is raised beyond body-mind complex . While in dreaming
state , a tiger may chase us in a jungle . Out of tremendous fear we may be
running away with our full force . While running we may become tired and fall
somewhere injuring our body and out of the pain we may wake up . This is a very simple example
of happenings that we may feel in our dreaming state . Anything of this type may
happen to us in dream world and we may feel sorrow or happiness out of these
happenings . We have no choice to keep ourselves out of these, while in dream .
The only way to come out of these situations is to wake up . Immediately after
we wake up, the dream world will be vanished and we will be freed from all the
sufferings faced in the dream world . Likewise , our feeling of bondage in this
world will vanish once our thought level is raised beyond body –mind complex .
But till then also we need not be worried about it . Because bondage is a
temporary state and it cannot lasts forever .If we think it to be permanent ,
we can never come out of it. Guru Harideva
told that if we approach with this type of conviction
in mind , one day or the other, we will surely be able
to overcome the limitations of worldly life .
হৰিদেৱ গুৰুজনাই সংসাৰ বন্ধন সম্পৰ্কত আমাৰ
দৃষ্টিভঙ্গী সলনি কৰাৰ
প্ৰথম পদক্ষেপ হিচাপে এই বন্ধনক সপোন বুলি ভাবিবলৈ উপদেশ দিছে । সপোন হৈছে আমাৰ চেতনাৰ এক অস্থায়ী অৱস্থা । সাৰ পোৱাৰ লগে লগে চেতনা জাগ্ৰত অৱস্থালৈ আহে
আৰু তাৰ লগে লগে সপোনৰ পৰিসমাপ্তি ঘটে । বন্ধনৰ অনুভৱো সপোন দেখি থকা অৱস্থাৰ অনুভূতিৰ
দৰে একে সাময়িক অস্থায়ী অৱস্থা । নিজৰ ভাৱনাক শৰীৰ-মনৰ ভাৱনাৰ ওপৰৰ স্তৰলৈ উন্নীত
কৰিব পাৰিলে বন্ধনৰ অনুভৱৰ পৰা মুক্ত থাকিব পাৰি । সপোনত এটা বাঘে এখন হাবিৰ মাজত আমাক খেদি আহিব
পাৰে । আমি ভয়ত বিতত হৈ দৌৰি ফুৰিব পাৰো । নিজক বছাবলৈ প্ৰাণপন শক্তিৰে দৌৰি ভাগৰত অতীষ্ঠ
হৈ পৰি যাব পাৰো । তাৰ
ফলত আমাৰ শৰীৰ আঘাতপ্ৰাপ্ত হ’ব পাৰে আৰু আঘাতৰ
যন্ত্ৰণাত আমি সাৰ পাই উঠিব পাৰো । ই হৈছে
আমি সপোনত সন্মুখীন হ’ব পৰা সাম্ভাৱ্য পৰিস্থিতি সমুহৰ এক সাধাৰণ
উদাহৰণ । সপোনত
এনে ধৰণৰ যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে
আৰু আমি তাৰ পৰা সপোনৰ জগতখনত উৎপন্ন হোৱা যিকোনো প্ৰকাৰৰ সুখ বা দুঃখ ভোগ কৰিব
পাৰো । সপোন দেখি থকা অৱস্থাত আমি এনে পৰিস্থিতি
সমুহৰ পৰা নিজক আতৰাই অনাৰ চেষ্টা কৰা সম্ভৱ নহয় । আনহাতে জাগ্ৰত অৱস্থালৈ প্ৰত্যাবৰ্ত্তন কৰাই এই
পৰিস্থিতিৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায় যদিও আমি
নিজৰ ইচ্ছামতে সপোন ভাঙি জাগি উঠিব নোৱাৰো । আনহাতে সাৰে থাকি সপোন
দেখা নাযায় । গতিকে কিবা উপায়ে যদি স্বপ্ন অৱস্থালৈ নোযোৱাকৈ
সদায় জাগ্ৰত অৱস্থাত থাকিব পৰা যায় ,তেন্তে স্ব্প্নজগতে আমাৰ ববে একো সুখ বা দুঃখৰ অৱস্থা সৃষ্টি
কৰা সম্ভৱ নহয় । একেদৰে নিজৰ ভাৱনাক শৰীৰ মনৰ উৰ্দ্ধৰ স্তৰলৈ উন্নীত কৰিব পৰা লোকৰ বাবে সংসাৰ বন্ধন একো
সমস্যাৰ কাৰণ হ’ব নোৱাৰে। কিন্তু তেনে উন্নত স্তৰৰ অৱস্থালৈ যাব নোৱাৰা পৰ্যন্তও আমি হতাশ হোৱাৰ
প্ৰয়োজন নাই ।যিহেতু
সংসাৰ
বন্ধনৰ অনুভৱ এক সাময়িক অস্থায়ী অৱস্থা , ইয়াৰ অন্ত হোৱাটো নিশ্চিত ।
যদি আমি হতাশাগ্ৰস্ত হৈ ইয়াক চিৰস্থায়ী অৱস্থা বুলি ভাৱো , তেন্তে
ইয়াৰ পৰা মুক্ত হোৱা সম্ভৱ নহয় । হৰিদেৱ গুৰুজনাই আমাক
উপদেশ দি কৈছে যে মনত এনে প্ৰকাৰৰ দৃঢ়বিশ্বাস লৈ আগবাঢ়িলে এদিন নহয় এদিন সংসাৰ
বন্ধন অতিক্ৰম কৰিব পৰাটো নিশ্চিত ।
No comments:
Post a Comment