Saturday, 9 October 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -53 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৫৩)

 

When one offers himself for the service of God as his slave he comes very near to God. We know that a reliable personal servant may enter into the private life of his master. Due to  very close association with his master a slave becomes fully aware of the nature and characteristics of his master. Similarly a  person who offer himself as slave to God realizes the virtues, nature, mystery and glory of God from a very close range and accordingly carries out the wishes of God. In the Bhagavadgita it it said that the nature of work performed by a person may be good or bad from the point of view of a human society. But the works of all nature performed by a slave of God for the satisfaction of God are considered as the services rendered  to God and so all such performances  are always beneficial for the creation of God . Obeying such injunction contained in the Bhagavadgita,  Arjuna killed his near and dear relatives in the Kurukshetra War for the satisfaction of Lord Krishna. That is, a slave of God can do anything for the satisfaction of God. Now, there remains so many unscrupulous elements in the human society. Taking advantage of such injunctions contained in the scriptures they may pretend to be the slave of God and perform unscrupulous activities and  harm people. Justifying their evil activities they may tell that those works are performed for the satisfaction of God. In this connection Guru Harideva tells that there is no scope for such happenings. The body-mind complex of a true slave of God is totally purified because of his constant association with the thoughts of God. He remains aware of the fact that God is equally available in everything right from Lord Brahma to a blade of grass. God is the friend and well wisher of everybody. A faithful slave protects and maintains everything that belongs to his master. Also, a slave faithfully render services for the welfare of all relatives and friends of his master. In a similar way a person who offers himself as a slave to God render faithful services for the protection and welfare of everything in the creation of God . Nothing harmful to anybody or anything can be done by such people with his purified body-mind complex. (to be continued)

যেতিয়া কোনো ব্যক্তিয়ে দাস হিচাপে নিজকে ভগৱানৰ ওচৰত অৰ্পণ কৰে তেতিয়া ভগৱানৰ সৈতে তেওঁৰ অতি নিকট সম্পৰ্ক স্থাপিত হয় আমি জানো অতি বিশ্বস্ত সেৱকে নিকট সান্নিধ্যৰ বলত মালিকৰ অতিশয় ব্যক্তিগত আৰু গোপনীয় বিষয়তো হস্তক্ষেপ কৰিব পাৰে।মালিকৰ স্বভাৱ ,চৰিত্ৰ ,ৰুচিবোধ ইত্যাদিৰ কথা ভালদৰে জানিব পাৰে আৰু সেইমতে প্ৰয়োজনীয়  সেৱা আগবঢ়াব পাৰেএকেদৰে যি ব্যক্তিয়ে দাস হিচাপে নিজকে ঈশ্বৰৰ ওচৰত অৰ্পণ কৰে তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰে আৰু তাৰ ফলত তেওঁ ঈশ্বৰৰ অন্তৰ্নিহিত শক্তি , স্বভাৱ , ৰহস্য, মহিমা ইত্যাদিৰ বিষয়ে ভালদৰে অৱগত পাৰে তাৰ ফলত তেওঁ  ঈশ্বৰৰ ইচ্ছা অনুসৰি  কাম কৰিব পাৰে ভগৱদ্গীতাত কোৱা হৈছে যে মানুহৰ দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলে কোনো কাম ভাল বা বেয়া পাৰেকিন্তু ঈশ্বৰৰ দাসে ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে কৰা সকলো কামকে ঈশ্বৰৰ সেৱা বুলি ধৰা হয় আৰু সেই কাৰণে এনে ধৰণৰ সকলো কৰ্ম ভগৱানৰ সৃষ্টিৰ বাবে মঙ্গলজনক ভগৱদ্গীতাৰ এনে নিৰ্দেশ অনুসৰণ কৰিয়ে কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ সন্তুষ্টিৰ অৰ্থে নিজৰ আত্মীয় স্বজনক বধ কৰিছিল অৰ্থা ঈশ্বৰৰ দাসে ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে যিকোনো কাম কৰিব পাৰে এতিয়া কথা হৈছে যে সমাজত অনেক দুষ্টবুদ্ধিসম্পন্ন লোক থাকেতেনে লোকে এনে শাস্ত্ৰ নিৰ্দেশৰ সুবিধা গ্ৰহণ কৰি দুস্কৰ্ম কৰাৰ বাবে নিজকে ঈশ্বৰৰ দাস বুলি পাৰে তেনে লোকে দুস্কৰ্ম সংঘটিত কৰি ঈশ্বৰে যিদৰে কৰাইছে সেইদৰে কৰা বুলি পাৰে এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে তেনে সংশয়ৰ কোনো অৱকাশ নাই দাস হিচাপে ঈশ্বৰক সেৱা কৰা ব্যক্তিৰ এই জ্ঞান থাকে যে জগতত ব্ৰহ্মা পৰা আৰম্ভ কৰি তৰু-তৃণ-কীট পতঙ্গ সকলোৰে ভিতৰত ভগৱানৰ অৱস্থান আৰু ভগৱান সকলোৰে বাবে মঙ্গলময় তেওঁ জানে যে ঈশ্বৰে সৃষ্টি কৰা  জগতৰ সকলোৰে মঙ্গলৰ বাবে ঈশ্বৰে যি কৰে এজন  দাস হিচাপে তাত সহযোগ কৰাই তেওঁৰ একমাত্ৰ কৰ্ত্তব্য সেই  হেতুকে দাস্য ভাৱাপন্ন ব্যক্তিৰ ভাৱ ,কথা ,দৃষ্টি আদি সমস্ত ইন্দ্ৰিয় ভগৱানৰ দ্বাৰা সৃষ্ট সমস্ত জীৱৰ হিতাৰ্থে ভগৱত কৰ্মত নিয়োজিত হয়  ঈশ্বৰৰ সেৱা কৰ্মত অৰ্পিত হোৱা হেতুকে দাস মনোভাৱাপন্ন ব্যক্তি শৰীৰ-মন সম্পূৰ্ণৰূপে পবিত্ৰ হয়  আৰু  সেই বিশুদ্ধ ইন্দ্ৰিয়সমুহৰ দ্বাৰা কোনো অশুভ কাৰ্য সংঘটিত হোৱা সম্ভৱ নহয় (আগলৈ)

No comments:

Post a Comment