Friday 29 May 2020

Understanding Guru Harideva’s Approach Towards Unity-90 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৯০)


Guru Harideva was Born and Brought up in an orthodox Brahmin family. Sandhya Upasana was the basic essential code of conduct in his family. As per Vedic tradition, this upasana makes a Brahmin eligible for performance of all Vedic rituals. Sandhya Upasana was compulsory for students of Veda. Non Brahmins were also eligible for Sandhya Upasana after Upanayana. But this ritual was included in the ‘nitya karma’ of the male members in all orthodox Brahmin families. ‘Nitya karmas’ means the works or rituals to be performed every day for self purification and spiritual advancement as obligatory duties after Upanayana. Sandhya Upasana means worship at the junction of time.This prayer and worship is offered three times daily at the junction of night and morning, fore noon and afternoon and evening and night. The rituals of Sandhya Upasana constitute a compact package of yoga, meditation, prayer and chanting of mantras . The whole process is an earnest devotional prayer addressed to the Lord with unified attention of the one’s body, mind and speech. The highly revered Gayatri Mantra from the Rig Veda forms the heart of this ritual. In Bhagavad Gita, Gayatri is said to be the Vibhuti or expression of the special energy of God Almighty. In Bhagavata also, Sandhya Upasana and Gayatri mantra are mentioned, praised and recommended for performance in many contexts. Scriptures tell that Lord Rama, Krishna, all the sages and great kings etc used to perform Sandhya Upasana. Scriptures proclaim that, for Brahmins   Sandhya Upasana is as important as the roots of a tree. If the roots are cut, flowers and fruits can not be expected from the tree. Similarly, a Dwija loses all his better qualities in absence of  regular performance of Sandhya Upasana. Gita and Bhagavata suggest that one can attain salvation through selfless service, devotion to God, Yoga practice and knowledge leading to self realization.All these aspects are available in Sandhyana Upasana in compact form and by proper understanding and steadfast approach in this line, a person can attain self realization. Upanayana of Guru Harideva was held at his age of nine years. Since then, till the last moment of his life, Guru Harideva used to perform Sandhya Upasana thrice daily . (to be continued)

হৰিদেৱ গুৰুজনাই এক নিষ্ঠাবান ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰি ডাঙৰ হৈছিলনিয়মিত ভাৱে সন্ধ্যা উপাসনা কৰাটো এনেকুৱা পৰিয়াল লোকৰ বাবে অতি স্বাভাৱিক নিয়ম বৈদিক নিয়ম পৰম্পৰামতে কৰা সন্ধ্যা উপাসনাৰ দ্বাৰা এজন ব্ৰাহ্মণ বৈদিক কৰ্মসমুহ কৰাৰ বাবে উপযুক্ত হৈ উঠে বেদ অধ্যয়ন কৰা ছাত্ৰৰ বাবেও সন্ধ্যা উপাসনা কৰাটো বাধ্যতামূলক আছিল উপনয়ন সংস্কাৰ লে অব্ৰাহ্মণ লোকেও সন্ধ্যা উপাসনা কৰিব পাৰে কিন্তু  নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ পুৰুষ সদস্য সকলৰ বাবে এই উপাসনা নিত্য কৰ্মৰ অন্তৰ্গত আছিল নিত্য কৰ্ম হৈছে উপনয়নৰ পিছত শৰীৰ-মনৰ শুদ্ধি আৰু পাৰমাৰ্থিক প্ৰগতিৰ বাবে প্ৰতিদিনে বাধ্যতামূলক ভাৱে পালন কৰা নীতি নিয়ম আৰু উপাসনা কৰ্ম দুটা সময়ৰ সন্ধি বা সংযোগ কালত উপাসনা কৰা হয় কাৰণে ইয়াক সন্ধ্যা উপাসনা বুলি কোৱা হয় ৰাতি আৰু দিনৰ সন্ধিক্ষণ বা দোকমোকালি, আগবেলা আৰু ভাটিবেলাৰ সন্ধিক্ষণ বা ভৰ দুপৰীয়া আৰু দিন আৰু ৰাতিৰ সন্ধিক্ষণ বা সন্ধিয়া ; এই তিনিটা সন্ধ্যা উপাসনাৰ সময় এই উপাসনা পদ্ধতিত যোগ, ধ্যান, প্ৰাৰ্থনা আৰু মন্ত্ৰজপ আদি বৈদিক উপাসনা পদ্ধতি সমুহ সংক্ষিপ্ত ৰূপত একেলগে সামৰি লোৱা হৈছে এই উপাসনাৰ দ্বাৰা প্ৰিয়-অপ্ৰিয় সকলো বিষয়ত সমভাৱ ৰাখি মনক শান্ত আৰু সংযত থাকিবলৈ শিক্ষা দিয়া হয় সন্ধ্যা উপসনা হৈছে শৰীৰ , মন আৰু বাক্য একাগ্ৰ কৰি অতিশয় শ্ৰদ্ধাভক্তি সহকাৰে ভগৱানৰ ওচৰত নিবেদন  কৰা প্ৰাৰ্থনা সন্ধ্যা উপসনাৰ দ্বাৰা ঋগ্বেদৰ অন্তৰ্গত পৰম পৱিত্ৰ গায়ত্ৰী মন্ত্ৰৰ একাগ্ৰ সাধনা কৰা হয় গীতাত গায়ত্ৰী  ভগৱানৰ বিভূতি বা বিশেষ শক্তি বুলি কোৱা কৈছে ভাগৱতৰ অনেক প্ৰসঙ্গত গায়ত্ৰী মন্ত্ৰ আৰু সন্ধ্যা উপাসনাৰ উল্লেখ কৰা হৈছে , প্ৰশংসা কৰা হৈছে আৰু সন্ধ্যা উপসনা কৰাৰ উপদেশ দিয়া হৈছে ভগৱান ৰাম ,কৃষ্ণ আৰু অন্যান্য ঋষি মুনি তথা ৰজা মহাৰজা সকলেও সন্ধ্যা উপসনা কৰিছিলশাস্ত্ৰত কোৱা হৈছে যে গছৰ বাবে শিপাৰ যিমান প্ৰয়োজন ব্ৰাহ্মণৰ বাবে সন্ধ্যা উপসনাৰো সিমানে প্ৰয়োজন শিপা কাটি দিলে গছে ফুল ফল দিব নোৱাৰে একেদৰে সন্ধ্যা উপসনা নকৰা ব্ৰাহ্মণৰ সদ্ গুণসমুহ নোহোৱা হয় গীতা আৰু ভাগৱতত কোৱা হৈছে যে নিষ্কাম কৰ্ম, ভক্তি, যোগ আৰু জ্ঞানৰ দ্বাৰা পৰম সত্য বা পৰমেশ্বৰক পোৱা যায় সন্ধ্যা উপাসনা পদ্ধতিতত ঈশ্বৰ লাভৰ এই আটাইকেইটা উপায় সংক্ষিপ্ত ৰূপত একেলগ কৰা হৈছে উপাসনাৰ তত্ব ভালদৰে বুজি লৈ দৃঢ় বিশ্বাস সহকাৰে আগবাঢ়িলে আত্মজ্ঞান লাভ কৰিব পাৰি হৰিদেৱ গুৰুজনাৰ বছৰ বয়সত উপনয়ন হৈছিল তেতিয়াৰ পৰা মৃত্যুৰ আগমুহুৰ্ত্তলৈকে হৰিদেৱ গুৰুজনাই প্ৰতিদিনে তিনিবাৰ নিয়ম নিষ্ঠা সহকাৰে সন্ধ্যা উপাসনা কৰিছিল (আগলৈ)

No comments:

Post a Comment