Monday, 13 April 2020

Understanding Guru Harideva’s Approach Towards Unity-67(একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৬৭)


 The empire of Harshabardhana was extended up to the border of old Kamrupa. All the kingdoms of North India ,covering up to river Narmada in the south, was included in his empire. The kings of this region ruled their kingdoms as subordinate to Harshabardhana. The then king of Kashi was also subordinate to him. Once a Sacrificial Ceremony called ‘Mahavishnu Yajna’ was organized by the king of Kashi. Mahavishnu is recognized as the Omnipresent, Omnipotent and Omniscience God Almighty in the Vedas and Vedic scriptures. He is said to be the ultimate truth spreading all over, inside and outside of each and every thing in the creation. Worship of Mahavishnu through Vedic way of Sacrifice is supposed to bring all prosperity with gradual self realization during life time and final emancipation after death. The forefathers of Guru Harideva were worshipers of Lord Vishnu according to this Vedic tradition. Through Bhagavata , this original Vedic idea of Lord Vishnu and the method of his worship are simplified. Guru Harideva accepted this simplified way of worship for himself and distributed this knowledge among the common people of Assam. These things we will discuss in proper place. Now, Harsha Bardhana, the emperor of Kannouj and Kumar Bhaskar Barman, the emperor of Kamrupa were invited to the said sacrificial ceremony organised at Kashi. Both of them being fond of learning and learned people, attended it as guests of honor. There, a young Scholar named Dwija Narottama, with glowing noble personality drew attention of everybody. This Vedic Scholar of young age, was competent enough to conduct this Vedic Sacrifice with proper guidance to all other priests present there. The family of this young Scholar was resident of Kannouj from very ancient times. The members of that Brahim family were very reach in Vedic knowledge and culture. They were also great devotee of Lord Vishnu. Dwija Narottama was born and brought up in that family atmosphere. So he was able to be a great Vedic Scholar at his young age itself. Bhaskar Barman was attracted by the behavior, knowledge, expertise and personality of Dwija Narottama. He decided to establish him in Kamrup in a suitable position. Guru Harideva was the successor of this Dwija Narottama. (to be continued)

সম্ৰাট হৰ্ষবৰ্দ্ধনৰ সাম্ৰাজ্য পুৰণি কামৰূপ দেশৰ সীমা পৰ্যন্ত বিস্তৃত আছিল দক্ষিণে নৰ্মদা নদীক সীমা ধৰি উত্তৰ ভাৰতৰ সকলো ৰজা তেওঁৰ কৰতলীয়া আছিল তেতিয়া  কাশী ৰাজ্যৰ ৰজাও হৰ্ষবৰ্দ্ধনৰ অধীন আছিল সেই সময়ত কাশীৰ ৰজাই মহাবিষ্ণু যজ্ঞ নামৰ এক যজ্ঞানুষ্ঠানৰ আয়োজন কৰিছিল বেদ আৰু বৈদিক শাস্ত্ৰসমুহত মহাবিষ্ণুক  সৰ্বব্যাপ্ত, সৰ্বশক্তিমান,সৰ্বজ্ঞ আৰু একমাত্ৰ উপাস্য দেৱতা বুলি কোৱা হৈছে বিষ্ণু সৃষ্টিৰ প্ৰতিটো বস্তুৰ ভিতৰ বাহিৰ সৰ্বত্ৰতে ব্যাপ্ত একমাত্ৰ পৰম সত্য বুলি কোৱা হৈছেবৈদিক যজ্ঞানুষ্ঠানৰ দ্বাৰা মহাবিষ্ণুক আৰাধনা কৰিলে জীৱিত কালত সুখ সমৃদ্ধিৰ লগতে ক্ৰমান্বয়ে আত্মজ্ঞান লাভ হয় আৰু মৃত্যুৰ পিছত মুক্তি লাভ হয় বুলি কোৱা হৈছে হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকল এই পদ্ধতিৰ বিষ্ণু উপাসক আছিল ভাগৱত শাস্ত্ৰৰ মাধ্যমত মহাবিষ্ণুৰ এই মূল ধাৰণা আৰু উপাসনা পদ্ধতিৰ সৰলীকৰণ কৰা হৈছেপিছৰ কালত ভাগৱতৰ এই সৰল শিক্ষাসমুহ হৰিদেৱ গুৰুজনাই নিজেও গ্ৰহণ কৰিছিল আৰু অসমলৈ আনি সৰ্বসাধাৰণৰ মাজত বিলাই দিছিল এইবিলাক কথা উপযুক্ত স্থানত আলোচনা কৰা হ ওপৰত কৈ অহা কাশীৰাজৰ মহাবিষ্ণু যজ্ঞলৈ সম্ৰাট হৰ্ষবৰ্দ্ধন আৰু সম্ৰাট ভাস্কৰ বৰ্মনক আমন্ত্ৰণ জনোৱা হৈছিল বিদ্যানুৰাগী আৰু জ্ঞান পিপাসু দুয়োজন সম্ৰাটে বিশিষ্ট সন্মানীয় অতিথি হিচাপে এই যজ্ঞানুষ্ঠানত উপস্থিত আছিল ইয়াতে দ্বিজ নৰোত্তম নামৰ এজন ব্ৰহ্মতেজত উজলি থকা বেদজ্ঞ ব্ৰাহ্মণ যুৱকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ই ব্ৰাহ্মণ যুৱক জনে যজ্ঞত অংশ লোৱা সকলো পুৰোহিতকে সুন্দৰ ভাৱে পৰিচালনা কৰি নিখুটভাৱে যজ্ঞকাৰ্য সম্পাদন কৰি গৈছিল ই যুৱকজনৰ পৰিয়াল সুদুৰ অতীজৰে পৰা কনৌজৰ বাসিন্দা আছিলএই প্ৰাচীন ব্ৰাহ্মণ পৰিয়ালৰ সকলো সদস্য পুৰুষানুক্ৰমে বৈদিক জ্ঞান আৰু বৈদিক সংস্কৃতিসম্পন্ন একো একোজন মহান সাধক আছিল তেওঁলোক ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল দ্বিজ নৰোত্তম এনে পৰিবেশত জন্ম গ্ৰহণ কৰি ডাঙৰ দীঘল হৈছিলসেই কাৰণে কম বয়সতে তেওঁ মহান বেদজ্ঞান সম্পন্ন পুৰুষত পৰিণত হৈছিল  দ্বিজ নৰোত্তমৰ আচাৰ ব্যৱহাৰ , জ্ঞান , কৰ্মপটুতা , ব্যক্তিত্ব ইত্যাদি লক্ষ কৰি ভাস্কৰ বৰ্মন আকৰ্ষিত হৈছিল তেওঁ এইজন পণ্ডিতক কামৰূপলৈ আনি উপযুক্ত পদত প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিলহৰিদেৱ গুৰুজনা ইজন নৰোত্তম দ্বিজৰ বংশধৰ আছিল(আগলৈ)

No comments:

Post a Comment