Sunday 8 March 2020

Understanding Guru Harideva’s Approach Towards Unity-49 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৪৯)


People living in human society are to do everything like eating , drinking , clothing, sleeping, talking etc according to standard approved by the society .That is,  people living in human  society, are  to follow social rules and regulations . However most of those rules and regulations have some connections with religious practices followed by the society.  Generally house holders are living in  societies. We already told that activities of house holders are guided by desires. People living in society are allowed to act for fulfillment of desires, within  rules and regulations approved by the society.  But here also, there are some problems. Different societies approve different types of scriptural or other regulations for the same action. That is ,one action considered to be proper  in one society, may be considered as improper in another society .So, people judge the activities of a person according to different standards of  different societies .Again those social rules and regulations are framed for fulfillment of different kinds of desires of different people in a controlled way . This is essential for maintenance of peace and harmony in the society. In the absence of those rules and  regulations , people may try to fulfill their desires by any means causing harm to others.  People will fight each other and there will always be an unrest in the society. So, social rules and regulations are meant for persons with desires. The desire may be for a very small thing or may be very limited in numbers. But some kinds of desire must be there for application of those social rules and regulations .  Now if a person not having a single desire, live in that society, then what will be his position ? Scriptures tell that, he is not at all concerned  with all those standards, rules and regulations maintained by the society . He may live in any society in his own way of living .To understand Guru Harideva, we should study the scriptural knowledge in this way. ( to be continued)

মাজত বাস কৰিবলৈ হলে প্ৰত্যেক ব্যক্তিয়ে খোৱা-বোৱা-শোৱা, উঠা-বহা, ফুৰা-চকা, কাপোৰ-কানি পিন্ধা , কথা-বতৰা কোৱা ইত্যাদি সকলো কাম সমাজে বান্ধি দিয়া কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ ভিতৰত থাকি কৰিব লাগে অৰ্থাৎ সমাজৰ মাজত থাকি অনুষ্ঠিত কৰা প্ৰত্যেক কামৰ বাবে একো একোটা নিৰ্দিষ্ট নীতি নিয়ম থাকে অৱশ্যে এই নীতি নিয়ম সমুহৰ বেছিভাগে সমাজে মানি চলা ধৰ্মীয় বিশ্বাসৰ সৈতে সম্পৰ্কিত সাধাৰণতে গৃহস্থ ব্যক্তিসকলে সমাজ পাতি বাস কৰে আগৰ লিখনিত কৈ অহা হৈছে যে গৃহস্থসকলৰ সকলো কৰ্মই কামনামূলক ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ বাবেহে এই সকল লোকে কাম কৰেসমাজত বাস কৰা লোকক সমাজে বান্ধি দিয়া নীতি নিয়মৰ সীমাৰ ভিতৰত থাকি নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰাৰ অৰ্থে কাম কৰাৰ অনুমতি দিয়া হয় কিন্তু ইয়াতো কিছুমান সমস্যা থাকে।বেলেগ বেলেগ সমাজৰ ধৰ্মীয় বিশ্বাস আৰু নীতি নিয়ম বেলেগ বেলেগ সেই কাৰণে এখন সমাজে সঠিক বুলি ধৰা কাম এটা অন্য এখন সমাজৰ নিয়ম মতে ভুল বুলি পৰিগণিত হব পাৰে গতিকে একেজন ব্যক্তিৰ একেটা কামকে বেলেগ বেলেগ সমাজে বেলেগ বেলেগ মানদণ্ডৰ আধাৰত বিচাৰ কৰে আনহাতে সামাজিক নীতি নিয়মসমুহ সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ বিভিন্ন প্ৰকাৰৰ কামনা বাসনাসমুহ নিয়ন্ত্ৰিত ৰূপত পূৰণ কৰিব পৰা ধৰণে তৈয়াৰ কৰা হয় সমাজত শান্তি শৃংখলা বজাই ৰখাৰ বাবেও এই নীতি নিয়মসমুহৰ প্ৰয়োজন আছে ই সমুহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা নাথাকিলে মানুহে আনৰ অপকাৰ কৰি হলেও নিজৰ স্বাৰ্থ পূৰণ কৰাৰ সম্ভাৱনা থাকে তাৰ ফলত পস্পৰৰ মাজত দন্দ্ব কলহ সৃষ্টি হৈ সমাজৰ সুস্থিৰতা নোহোৱা হব পাৰে গতিকে সামাজিক নীতি নিয়ম সমুহ কামনা বাসনাযুক্ত মানুহৰ বাবে প্ৰযোজ্য কামনা অতি সামান্য বস্তুৰ বাবেও থাকিব পাৰে নাইবা সংখ্যাত অতি নগণ্য হব পাৰেকিন্তু কোনো ব্যক্তিৰ ওপৰত সামাজিক নীতি নিয়ম প্ৰয়োগ কৰিবলৈ হলে সেই ব্যক্তিৰ কিবা নহয় কিবা প্ৰকাৰৰ আশা আকাংক্ষা থকা প্ৰয়োজন এতিয়া প্ৰশ্ন হয় যে যদি এটাও কামনা বাসনা নথকা কোনো ব্যক্তি সমাজত থাকে তেন্তে তেওঁৰ অৱস্থা কি হ? শাস্ত্ৰই কৈছে যে তেনে ব্যক্তি কোনো সমাজৰ দ্বাৰা নিৰ্ধাৰণ কৰা কোনো প্ৰকাৰৰ সামাজিক মানদণ্ড বা নীতি-নিয়মৰ অধীন নহয় তেনে মুক্ত ব্যক্তি যি সমাজতে নাথাকক কিয়,নিজে যিদৰে থকা প্ৰয়োজন বুলি ভাৱে সেইদৰে থাকে হৰিদেৱ গুৰুজনাক বুজিবৰ বাবে শাস্ত্ৰৰ কথা সমুহ এনেদৰে ভাবি চোৱাৰ প্ৰয়োজন (আগলৈ)

No comments:

Post a Comment