In the preceding
post we told that nothing in this universe is separate from each other. The
whole universe is a single body and everything in it are different parts of
that body. It is comparable to our own body. Our organs like hands, feet, eyes,
nose etc are not separate from our body. But functions of different organs are
different. If one organ fails to do its duty perfectly, the whole body become
sick. Like wise , the responsibilities of each and every member of the society are
different . It is told in Bhagavata that , the responsibilities of the house
holder class of people is to work for protection of all living beings including
human, animals, birds and all other creatures in the world .For this purpose
,house holders are to work for purification of the natural atmosphere and maintenance
of balance of echo system . They are to work for growing of forests in a
systematic ways. They are to work for flowing of the rivers free of resistance
and pollution. They are to work for keeping
the air purified and so on. Unless these duties are performed with devotion , house holders will not be
able to protect the living beings as per scriptural injunctions. All these are included
in the list of religious practices prescribed for house holders and mentioned
as protection of living beings. Guru Harideva told that lonely people in deep forest cry for help when they face danger. But nobody hear them and come for help . So crying in deep
forest is a fruitless effort. Likewise, going
to temples or other religious places and performance of worship there brings no results,
unless we perform those duties prescribed for house holders . Bharata, the
great emperor had to take birth as a
deer and then as an ordinary human being for correction of mistake committed.
In his efforts for perfection, house holders used to torture him, instead of
protecting him. That was violation of scriptural rules framed for house holders
. (to be continued )
ইয়াৰ আগৰ লিখনিটোত
কোৱা হৈছে যে জগতত একো বস্তু অন্য একোৰে পৰা পৃথক ভাৱে নাথাকে ।সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড
এটা শৰীৰ আৰু ইয়াত থকা প্ৰত্যেক বস্তু এই শৰীৰৰ অঙ্গ প্ৰত্যঙ্গ । কথাখিনি
আমাৰ নিজৰ শৰীৰ সৈতে তুলনা কৰিব পাৰি । হাত,ভৰি, নাক, চকু ইত্যাদি অঙ্গসমুহ আমাৰ শৰীৰতকৈ পৃথক নহয় । কিন্তু
প্ৰত্যেক অঙ্গ প্ৰত্যঙ্গ বাবে পৃথক পৃথক কৰ্ত্তব্য নিৰ্ধাৰণ কৰা আছে ।কোনো
এটা অঙ্গই সুচাৰু ৰূপে কাম নকৰিলে সমগ্ৰ শৰীৰ অসুস্থ হয় । একেদৰে
ভাগৱতত সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ব্যক্তিৰ বাবে কৰ্ত্তব্য নিৰ্ধাৰণ কৰি দিয়া হৈছে । সেই অনুসৰি
গৃহস্থ ব্যক্তিৰ কৰ্ত্তব্য হৈছে সকলো প্ৰাণীৰ মঙ্গলৰ বাবে কাম কৰা । সকলো প্ৰাণী
বোলোতে মানুহ , জন্তু, পশু ,পক্ষী ,সৰীসৃপ ইত্যাদি সকলোকে সামৰি লোৱা হৈছে । তাকে কৰিবলৈ
যাওঁতে গৃহস্থ ব্যক্তিয়ে প্ৰাকৃতিক পৰিবেশ বিশুদ্ধিকৰণৰ আৰু ইয়াৰ ভাৰসাম্য ৰক্ষা
কৰাৰ বাবে কাম কৰিব লাগিব ।অৰণ্য সমুহ
পৰিকল্পিত ধৰণে বঢ়াই নিয়াৰ বাবে কাম কৰিব লাগিব । নদীসমুহ
বাধাহীন আৰু প্ৰদূষণ মুক্ত হিচাপে বোৱাই ৰখাৰ বাবে কাম কৰিব লাগিব । বায়ু প্ৰদূষণমুক্ত
কৰি ৰখাৰ হকে কাম কৰিব লাগিব ইত্যাদি । এই বিলাক কাম সঠিক ভাৱে নকৰিলে গৃহস্থ
ব্যক্তিয়ে প্ৰ্ৰাণীকুলক ৰক্ষণাবেক্ষণ দি শাস্ত্ৰৰ
নিৰ্দেশ পালন কৰা সম্ভৱ নহয় ।এইবিলাক সকলো বিলাক গৃহস্থ ব্যক্তিৰ ধৰ্ম চৰ্চাৰ
অঙ্গ । সকলোখিনিকে একলগ
কৰি প্ৰাণীকুলৰ ৰক্ষণাবেক্ষণ কৰা গৃহস্থ ব্যক্তিৰ কৰ্ত্তব্য বুলি কোৱা হৈছে । হৰিদেৱ গুৰুজনাই
কৈছে যে গভীৰ অৰণ্যৰ মাজত অকলশৰীয়া ব্যক্তি বিপদত পৰিলে চিঞৰি থাকে । তেওঁৰ চিঞৰ নুশুনাৰ
বাবে সহায় কৰিবৰ বাবে কোনো নাহে। গতিকে এই কামৰ পৰা একো ফল পোৱা নাযায় । একেদৰে নিজৰ ওপৰোক্ত
কৰ্ত্তব্য সমুহ পালন নকৰাকৈ যিসকল ব্যক্তিয়ে মঠ মন্দিৰ তীৰ্থক্ষেত্ৰত ঘুৰি ফুৰে, তেওঁলোকে
কৰা পূজা প্ৰাৰ্থনা আদিৰ পৰা একো ফল নাপায় । এসময়ৰ
মহান সম্ৰাট ভৰতে ভুল কাম কৰাৰ বাবে প্ৰথমে হৰিণ আৰু তাৰ পিছত সাধাৰণ মানৱ হিচাপে
জন্ম গ্ৰহণ কৰিছিল । পূৰ্বজন্মৰ ভুলৰ সংশোধনৰ বাবে চেষ্টা কৰি থকা অৱস্থাত গৃহস্থ
সমাজে সহায় কৰাৰ সলনি তেওঁক নানা ধৰণে অত্যাচাৰ কৰিছিল ।ই
গৃহস্থ ব্যক্তিৰ বাবে শাস্ত্ৰই নিৰ্ধাৰণ কৰা ধৰ্মীয় নিয়মৰ পৰিপন্থী আছিল । (আগলৈ)
No comments:
Post a Comment