In Bhagavata it is
told that, the true self in us is behind all activities of our body mind
complex , but not at all related with the outcome of those activities. This was
mentioned in our post of 24.1.20. We can take the example of electricity for
our understanding of this teaching of Bhagavata. We have got electrical
appliances of various kinds like bulb , fan , heater etc in our home .Also there
are so many kinds of industrial machineries like railway engines etc, run by
electricity. Without electric current,all these appliances are functionless. Likewise,
without consciousness, the body mind complex cannot function. Machineries are
of various types. Functioning and output of different machinery are
different. But the electricity, that makes each and every machinery function, is
one and the same. When current is passed through the coil of an electric bulb,
we get light , when passed through coil of a heater, we get heat and so on.
Likewise, each and every body mind complex works in different ways , but one consciousness
make all the bodies active. The electricity runs all the machineries, but it is
not at all related with the output of the machineries. Likewise, consciousness is
the running force behind all activities of the body and mind. But it is not at
all related with the happiness and sorrow generated by these activities.
Bhagavata tells that this consciousness , present in each and everything in the
creation as driving force, is one and it is the true self or the ultimate truth.
People who consider himself as body mind complex are subjected to suffering of pain
and pleasure. But people who consider himself as true self can never be
subjected to such sufferings. Guru Harideva, realized this truth through direct
knowledge of Bhagavata. So , he was able to identify himself with pure consciousness
or true self, fully detached from the outcome of the activities of body mind
complex. (to be continued )
ভাগৱতত
কোৱা হৈছে যে প্ৰকৃত “মই”
বা আমাৰ
ভিতৰৰ পৰম
সত্য শৰীৰ
আৰু মনৰ
সমস্ত কাৰ্যকলাপৰ
চালিকা শক্তি
। কিন্তু
ই শৰীৰ
আৰু মনৰ
কাৰ্যৰ দ্বাৰা
উৎপন্ন হোৱা
সুখ দুখ
ইত্যাদিৰ সৈতে
কোনো প্ৰকাৰে
সংযুক্ত
নহয় ।আমাৰ ২৪.১.২০ তাৰিখৰ
লিখনিত এই কথা
উল্লেখ কৰা হৈছে
। ভাগৱত শাস্ত্ৰই
দিয়া এই
শিকনি সহজভাৱে
বুজাৰ বাবে
আমি বিদ্যুৎ শক্তিৰ
উদাহৰণ ল'ব
পাৰো । আমাৰ
ঘৰত বিজুলী
বাতি , ফেন
, হিটাৰ
আদি অনেক
প্ৰকাৰৰ
বৈদ্যুতিক
সা-সৰঞ্জাম
ব্যৱহাৰ
কৰা হয়
। ৰেলৰ
ইঞ্জিন আদিকে
ধৰি বহু
প্ৰকাৰৰ
ঔদ্যোগিক
যন্ত্ৰপাতি
বিদ্যুতৰ
দ্বাৰা চলে
। বিদ্যুৎ শক্তি
সঞ্চালন
নহলে এই
যন্ত্ৰপাতি
সমুহে একো
কাম কৰিব
নোৱাৰে । একেদৰে চেতনাৰ
সঞ্চালন
নহলে শৰীৰ
আৰু মনে
একো কাম
কৰিব নোৱাৰে
। বৈদ্যুতিক
সা- সৰঞ্জাম
অনেক প্ৰকাৰৰ
, সিবিলাকৰ
কাৰ্যপ্ৰণালী
আৰু উৎপাদিত
ফল বেলেগ
বেলেগ ।বাল্বত বিদ্যুৎ সঞ্চালন
কৰিলে পোহৰ
, হিটাৰত
সঞ্চালন
কৰিলে তাপ
ইত্যাদি পৃথক
পৃথক ফল
পোৱা যায়
। কিন্তু
সিবিলাক
চলাবৰ বাবে
ব্যৱহাৰ
কৰা বিদ্যুৎ মূলতঃ
এক । একেদৰে
প্ৰত্যেক
শৰীৰ আৰু
মনে বেলেগ
বেলেগ ধৰণে
কাম কৰে আৰু
সেই কৰ্মসমুহৰ
পৰা বিভিন্ন
প্ৰকাৰৰ
ফল উৎপন্ন
হয় । কিন্তু সমস্ত
প্ৰকাৰৰ
ভিন্ন ভিন্ন
শৰীৰৰ চালিকা
শক্তি বা
চেতনা এক
।বিদ্যুতে সকলো
প্ৰকাৰৰ
বৈদ্যুতিক
যন্ত্ৰ চলায়
কিন্তু সেই
যন্ত্ৰসমুহৰ
দ্বাৰা উৎপাদিত
ফলৰ সৈতে
বিদ্যুতৰ
একো সম্পৰ্ক
নাথাকে ।একেদৰে চেতনাৰ
দ্বাৰা শৰীৰ
আৰু মনৰ
কাৰ্যকলাপ
চলে কিন্তু
সেই কাৰ্যৰ
পৰা যি
সুখ বা
দুখ উৎপন্ন
হয় তাৰ
সৈতে শুদ্ধ চেতনাৰ
একো সম্পৰ্ক
নাই । ভাগৱতে
কৈছে যে
যি চেতনাৰ
দ্বাৰা জগতৰ
সমস্ত শৰীৰ
সক্ৰিয় হৈ
আছে সি
এক আৰু
এয়ে প্ৰকৃত
"মই" , এয়ে
একক পৰম
সত্য । যিজনে “মই”ক শৰীৰ
বুলি নাভাৱি এই পৰম সত্য বুলি ভাৱে তেওঁ শৰীৰৰ সুখ দুখৰ প্ৰতি নিৰ্লিপ্ত থাকিব
পাৰে। হৰিদেৱ
গুৰুজনাই
ভাগৱত শাস্ত্ৰৰ
প্ৰত্যক্ষ
অনুভূতিৰ
সহায়ত এই
পৰম সত্য
বা প্ৰকৃত
"মই"ৰ
লগত নিজৰ
একত্ব প্ৰতিষ্ঠা
কৰিছিল । সেয়েহে
শৰীৰ আৰু
মনৰ কাৰ্যৰ
পৰা উৎপন্ন
হোৱা সুখ
দুখৰ প্ৰতি
নিৰ্লিপ্ত
থকাৰ ক্ষমতা তেওঁৰ আছিল
।(আগলৈ)
No comments:
Post a Comment