Monday, 2 August 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -19 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৯)

 

Guru Harideva tells that the Bhagavata is the literary incarnation of Lord Krishna, that is, in Bhagavata the complete picture of Lord Krishna is literally depicted in a simple way. It is also told that through listening of the contents of Bhagavata one can easily come closer to Lord Krishna. Guru Harideva tells that there are some causes behind the manifestation of each and everything in the creation. But there is no such cause behind the manifestation of Lord Krishna and Krishna is said to be the ultimate cause of all causes. Based on the teachings of Guru Harideva we can try to have some simple idea of this point as follows. The cloth is the most essential item of our daily use. Cloth comes from cotton thread and so cotton is the cause of cloth. Cotton comes from cotton plant and so cotton plant is the cause of cotton. Similarly, cotton seed is the cause of cotton plant. After coming to this point we find that a single cotton plant bears huge number of cotton seeds and from those cotton seeds huge number of cotton plants grow subsequently. The unending cycles of seed and plant repeat one after another. Now, we can start our investigation from a particular cotton seed of this unending cycle. If we add the products of all subsequent seed-plant cycles starting from of that particular seed, then we can see that from a single seed innumerable number of cotton plants, unimaginably huge quantity of cotton, cotton cloths and other cotton items are manifested. In other words it can be said that a particular cotton seed can become the root cause of all the plants, cotton and other cotton products of all the subsequent seed-tree cycles originated from that seed. So, all the subsequent products of the seed are expansion of the original seed and those are not separate from the originating seed. In a similar way Lord Krishna is the original or root cause of everything already manifested in the past, present and to be menisted in future. The creation is nothing but expansion of Lord Krishna and nothing of the creation is separate from Lord Krishna. Guru Harideva suggests us to use the power of our mind, speech and body to find out Lord Krishna in all entities in the creation in this way and this is said to be the best possible method of spiritual practice for common ignorant people like us. Bhagavata is the source of that knowledge and Sharavana or hearing of the contents of Bhagavata is the easiest way of spiritual practice to gain that knowledge for realization of Lord Krishna. (to be continued )

হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱত শাস্ত্ৰ ভগৱান কৃষ্ণৰ বাঙ্ময় মূৰ্ত্তি অৰ্থা ভাগৱত  শাস্ত্ৰৰ জৰিয়তে ভগৱান কৃষ্ণৰ সম্পূৰ্ণ চিত্ৰ সহজ-সৰল মানৱীয় ভাষাত প্ৰকাশ কৰা হৈছে লগতে ইয়াকো কোৱা হৈছে যে ভাগৱত শ্ৰৱণ  ভগৱান কৃষ্ণৰ সান্নিধ্য লাভ কৰাৰ সহজতম উপায়  হৰিদেৱ গুৰুজনাই কৈছে যে সৃষ্টিত বস্তুৰ উৎপত্তিৰ  অন্তৰালত কিছুমান কাৰণ থাকে কোনো কাৰণ নোহোৱাকৈ একো বস্তু জগতত আবিৰ্ভাৱ নোৱাৰে কিন্তু ভগৱান কৃষ্ণৰ আবিৰ্ভাৱৰ অন্তৰালত তেনে কোনো কাৰণ নাই ; বৰঞ্চ কৃষ্ণ হৈছে সমস্ত কাৰণৰো কাৰণ অৰ্থাৎ জগতৰ সমস্তৰে মূল কাৰণ হৰিদেৱ গুৰুজনাই দিয়া শিক্ষাৰ আধাৰত এই কথাখিনিৰ সাধাৰণ অৰ্থ তলত দিয়াৰ দৰে বুজি চোৱাৰ চেষ্টা কৰিব পাৰি কাপোৰ আমাৰ নিত্য ব্যৱহাৰ্য আৰু অতিশয় প্ৰয়োজনীয় বস্তু কাপোৰ সূঁতাৰ পৰা আৰু সূঁতা কপাহৰ পৰা উৎপন্ন হয় গতিকে কাপোৰৰ কাৰণ সূঁতা আৰু সূঁতাৰ কাৰণ কপাহ একেদৰে কপাহৰ কাৰণ কপাহ গছ আৰু এই গছৰ কাৰণ কপাহৰ গুটি এইখিনিলৈকে বিচাৰ কৰাৰ পিছত আমি দেখা পাওঁ যে এজোপা কপাহ গছত অনেক সংখ্যক গুটি ধৰে আৰু সেই গুটিসমুহৰ পৰা অনেক কপাহৰ  গছ হয় গুটি আৰু গছৰ এই শৃংখলা এটাৰ পিছত আনটো হিচাপে অবিৰাম ভাৱে চলি থাকে এতিয়া আমি এই শৃংখলাৰ মাজৰ পৰা এটা বিষেশ গুটিক মূল হিচাপে ধৰি ব পাৰো এই বিশেষ গুটিটোৰ পৰা আৰম্ভ কৰি ইয়াৰ পৰবৰ্ত্তী শৃংখলাৰ উৎপাদন সমুহ যোগ কৰি চালে দেখা যায় যে এটা ক্ষুদ্ৰ কপাহৰ গুটিৰ পৰা অসংখ্য সংখ্যক কপাহৰ গছ , অকল্পনীয় পৰিমাণৰ কপাহ , কাপোৰ আৰু কপাহৰ পৰা তৈয়ৰী অন্যান্য বস্তু উৎপাদন পাৰে অন্যভাৱে পাৰি যে মূল হিচাপে ধৰি লোৱা কপাহৰ সেই বিশেষ গুটিটো ওপৰত উল্লেখ কৰা সেই বৃহৎ পৰিমাণৰ গছ ,কপাহ , কাপোৰ ইত্যাদি বস্তুৰ সৃষ্টিৰ মূল কাৰণ লগতে ইয়াকো পাৰি যে এই সমস্ত উৎপাদিত বস্তু মূল হিচাপে ধৰি লোৱা গুটিটোৰ বিস্তাৰ আৰু এইসমূহ মূল গুটিৰ পৰা পৃথক নহয় একেদৰে ভগৱান কৃষ্ণ অতীত আৰু বৰ্ত্তমান কালত জগতত আবিৰ্ভাৱ হোৱা  আৰু ভৱিষ্যতে লগা স্থাৱৰ-জঙ্গম সকলো বস্তুৰে মূল কাৰণ , সমস্ত জগত কৃষ্ণৰ বিস্তাৰ আৰু জগতৰ একো বস্তু কৃষ্ণৰ পৰা পৃথক নহয় হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে এনেদৰে নিজৰ মন ,বাক্য আৰু শৰীৰৰ কৰ্মশক্তি ব্যৱহাৰ কৰি জগতৰ সমস্তৰে ভিতৰত ভগৱান কৃষ্ণৰ অনুসন্ধান কৰাৰ প্ৰচেষ্টা কৰিব লাগে আৰু এয়ে আমাৰ দৰে সাধাৰণ মানুহে কৰিব পৰা সৰ্বোত্তম পাৰমাৰ্থিক সাধনা ভাগৱত শাস্ত্ৰ হৈছে এই পৰম তত্বজ্ঞানৰ মূল আধাৰ আৰু ভাগৱত শ্ৰৱণ হৈছে এই  জ্ঞান আহৰণ কৰি কৃষ্ণলাভ কৰাৰ সহজতম উপায়। (আগলৈ)  


No comments:

Post a Comment