Saturday, 27 February 2021

The “Satra” Institution of Guru Harideva-61(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৬১)

 

A human being possesses a human body and lives a human life. The human body is capable to work for achievement of the ultimate goal of human life, that is, liberation and so it is said to be the best body in the creation. But for attainment of liberation a human being or the possessor of the human body has to apply the capacity of his mind and intelligence in a proper way to guide the action of his body in the right direction. Bhagavata explain this with the example of a boat. When a human being wants to cross an ocean he requires a very strong boat which can stand against the turmoil of the ocean. Again, the boat is to be sailed in the right direction and for this purpose the help from an expert sailor is essential. Then gracefully, if the blowing wind pushes the sail of the boat in the same direction of the journey then the human being on the boat can cross the ocean safely within a short time. Bhagavata compares the worldly life of the human being with an ocean full of turmoil of various kinds. The human body is said to be a very strong boat capable of reaching the ultimate goal of human life withstanding all those odds of worldly life.  A self realized Guru or spiritual teacher possesses the knowledge of each and every kind of problems of human life. They also know how  human beings can be trained up to solve their worldly problems and to attain liberation finally. So, such a spiritual master is said to be the expert sailor for the purpose of safely leading the human beings in the right direction. It is also told that if a human being engages his human body to act in accordance with the advice of a self realized Guru then God’s help come to him  like favorable wind pushing a boat in the right direction and he becomes able to reach the ultimate goal easily. From this analogy of Bhagavata it is clear that a human being and his human body are not the same as we may be thinking. The human body is like a strong boat and a human being can come out from the turmoil of the ocean of worldly life using the human body under his possession. Also, for this purpose, guidance from a competent Guru or spiritual master is most essential. Guru Harideva tells that a human being should  realize  this truth and  try to feel  the difference between himself and  his body first. Then only he can reach the ultimate goal of human life, that is, he can directly realize the  Ultimate Truth  or he can attain liberation. Guru Harideva established Satra Institutions to bring such teachings from Bhagavata to the reach of the common people .(to be continued)

মানুহ নামৰ জীৱই মানৱ শৰীৰ ধাৰণ কৰি মানৱ জীৱন যাপন কৰে। মানৱ শৰীৰক সৰ্বোত্তম শৰীৰ বুলি কোৱা হয় ইয়াৰ কাৰণ হৈছে সৃষ্টিৰ অন্তৰ্গত সমস্ত শৰীৰৰ ভিতৰত একমাত্ৰ মানৱ শৰীৰ মুক্তি সাধনৰ উদ্দেশ্যে কাম কৰাৰ বাবে উপযোগী সেই কাৰণে মানৱ শৰীৰ লাভ কৰাৰ পিছৰ পৰ্যায়ত মুক্তিলাভ মানৱ জীৱনৰ চৰম লক্ষ্য বুলি কোৱা হৈছে কিন্তু এই লক্ষ্যত উপনীত হোৱাৰ কাৰণে মানুহে নিজৰ মন আৰু বুদ্ধিৰ ক্ষমতা যথাযথ ভাৱে নিয়ন্ত্ৰণ কৰি শৰীৰৰ কাৰ্য সেই লক্ষৰ দিশলৈ আগুৱাই নিয়াৰ প্ৰয়োজন হয়ভাগৱতে এটা উপমাৰ দ্বাৰা কথাখিনি বুজাই দিছে যেতিয়া কোনো এজন মানুহে সমুদ্ৰ পাৰ খোজে তেতিয়া তেওঁৰ কাৰণে সাগৰৰ প্ৰচণ্ড ঢৌ আৰু ৰুক্ষ বাতাবৰণ  সহ্য কৰিব পৰা এখন শক্তিশালী নাওৰ প্ৰয়োজন হয় লগতে নাওখন শুদ্ধ পথেৰে আৰু সুকলমে চলাই নিয়াৰ বাবে এজন সুদক্ষ আৰু অভিজ্ঞ গুৰিয়ালৰো প্ৰয়োজন হয় ইয়াৰ পিচত ভাগ্যক্ৰমে যদি নাওখন গতি কৰাৰ দিশে বতাহ বলে তেন্তে সেই বতাহে নাওৰ পালখন ঠেলি নাওৰ গতি বৃদ্ধি কৰে এনে সকলো ব্যৱস্থা হৈ উঠিলে মানুহজনে নাওত উঠি সোনকালে আৰু নিৰাপদে সমুদ্ৰ পাৰ ব পাৰে ভাগৱতে মানুহৰ সাংসাৰিক জীৱনকো  প্ৰকাণ্ড প্ৰকাণ্ড ঢৌ আৰু অন্য বিপদেৰে পৰিপূৰ্ণ এখন উত্তাল সমুদ্ৰৰ সৈতে তুলনা কৰিছে মানৱ শৰীৰ এই সকলোখিনি বাধা বিঘিনি নেওচি আগুৱাই যাব পৰা ক্ষমতাৰ অধিকাৰী এখন অতি শক্তিশালী নাওৰ দৰে বুলি কৈছে মানৱ জীৱনৰ প্ৰতিটো সমস্যা আৰু তাৰ সমাধানৰ জ্ঞান থকা  আত্মজ্ঞানী গুৰু মানুহৰ শৰীৰৰূপী নাওৰ কাণ্ডাৰী বা গুৰিয়াল হোৱাৰ বাবে অতি উপযুক্ত বুলি কোৱা হৈছে লগতে কোৱা হৈছে যে মানুহে যদি নিজৰ শৰীৰৰ কাৰ্যকলাপ আত্মজ্ঞানী গুৰুৰ নিৰ্দেশ মতে পৰিচালনা কৰে তেন্তে তেওঁ ভগৱানৰ  অনুগ্ৰহ লাভ কৰে আৰু অনুকুল বতাহে নাওৰ পাল ঠেলি নিয়াৰ দৰে  তেওঁক পাৰমাৰ্থিক দিশত আগুৱাই যোৱাত  সহায় কৰে ভাগৱতৰ এই উপমাৰ পৰা এই কথা স্পষ্টভাৱে বুজা যায় যে আমি সচৰাচৰ ভৱাৰ দৰে  মানৱ শৰীৰধাৰী জীৱ বা মানুহ আৰু তেওঁৰ মানৱ শৰীৰ একে নহয় মানৱ শৰীৰ এখন শক্তিশালী নাওৰ দৰে আৰু মানৱ শৰীৰধাৰী জীৱ বা মানুহে সেই শৰীৰ ব্যৱহাৰ কৰি সংসাৰ ৰূপী উত্তাল সমুদ্ৰৰ কবলৰ পৰা মুক্ত হৈ আহিব পাৰে লগতে কামত সহায় কৰাৰ বাবে আত্মজ্ঞানী গুৰুৰো অতীব প্ৰয়োজন হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে মানুহে এই তত্ব বুজি লৈ প্ৰথমতে তেওঁ নিজে কি আৰু শৰীৰৰ সৈতে তেওঁৰ পাৰ্থক্য কি তাক বুজাৰ চেষ্টা কৰা উচিত তাৰ পিছতহে তেওঁ পৰম সত্য কি তাক বুজিব পাৰে বা মানৱ জীৱনৰ চৰম লক্ষ্যত উপনীত পাৰে বা মুক্তি লাভ কৰিব পাৰে ভাগৱত শাস্ত্ৰত থকা এই ধৰণৰ বৈদিক জ্ঞান আৰু শিকনি জনসাধাৰণৰ মাজলৈ লৈ অহাৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই অসমত সত্ৰ স্থাপন কৰিছিল (আগলৈ)


Thursday, 25 February 2021

The “Satra” Institution of Guru Harideva-60(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৬০)

 

Bhagavata tells that human body is the best among all bodies in the creation. Explaining this it is told that the Jiva or the possessor of a human body can only attain liberation by performance of action in the capacity of a human being.  Only the human beings in the cration can perform activities for the purpose of attainment of liberation by applying the capacity of their mind and intelligence. But human beings are not omniscient. Each human being possesses very less knowledge about a very small part of the things available in the creation. To make the things clear we can take example of a specialist doctor. A human body suffers from so many types of diseases. Out of those diseases, a specialist doctor possesses more knowledge  about one particular disease and can treat that disease with more efficiency than any other doctor . But regarding that single disease also the specialist doctor can not confidently claim that there is no higher  knowledge beyond that  whatever he knows. This type of analysis can help one to understand the littleness of the quality and quantity of knowledge one can have. This is true in case of every field of knowledge including spiritual knowledge. People perform actions according to their little understanding capacity, way of thinking and as per their own personal preferences and think that the similar way of doing something is good for others also. Some of them tell that the performance of pious religious activities is the best spiritual practice. Some say that attainment of fame, sense gratification, truthfulness, self control etc are  spiritually beneficial for people. In this way performance of activities for peace, self interest, opulence, renunciation, sacrifice, penance, charity,  strict disciplinary regulation etc are all included in the list of spiritual duties suggested by different so-called knowledgeable persons to different people. With this type of assumption some so-called Spiritual masters also suggest so many ways of spiritual practice to common people who are totally ignorant about actual goal of human life.  Bhagavta tells that all of them possess partial knowledge of the Ultimate Truth  and so the ways suggested by them are also partially true. It is also told here that the Ultimate Truth is one and direct realization of that Ultimate Truth is the ultimate aim of human life . So all activities performed by a human being must be directed towards that goal. Guru Harideva tells that unless one attain self realization he can not achieve that goal and to lead a human being in this direction the help from a self realized Guru or spiritual teacher is essential. Guru Harideva himself was a self realized Guru and he planned his Satra Institution  to lead common people towards that ultimate goal of human life(to be continued)

ভাগৱতত কোৱা হৈছে যে জগতত যিমান প্ৰকাৰৰ শৰীৰ আছে তাৰ ভিতৰত মানৱ শৰীৰ সৰ্বোত্তম ইয়াৰ কাৰণ উল্লেখ কৰি কোৱা হৈছে যে কেৱল মাত্ৰ মানৱ শৰীৰধাৰী জীৱইহে মানুহ হিচাপে কৰা কৰ্মৰ দ্বাৰা নিজৰ চৰম লক্ষ্যত উপনীত হব পাৰে অৰ্থা মুক্তি লাভ কৰিব পাৰে লগতে কোৱা হৈছে যে সৃষ্টিৰ সকলো জীৱৰ ভিতৰত কেৱল মাত্ৰ মানুহে মুক্তি লাভৰ উদ্দেশ্য লৈ নিজৰ মন বুদ্ধিৰ শক্তি সামৰ্থ্য প্ৰয়োগ কৰিব পাৰে কিন্তু কোনো মানুহ সৰ্বজ্ঞ নহয় প্ৰত্যেক মানুহে সৃষ্টিৰ এটা অতি সামান্য অংশৰ অন্তৰ্গত অতি সামান্য পৰিমাণৰ বস্তুৰ বিষয়েহে জানে আকৌ এই সামান্য পৰিমাণৰ বিষয়-বস্তুৰ বিষয়েও সকলোখিনি জানে বুলি কোনো মানুহে ডাঠি নোৱাৰে কথাখিনি বুজাৰ বাবে আমি কোনো এটা ৰোগ আৰু তাৰ চিকিসা সম্পৰ্কে অধিক  জ্ঞান আৰু অভিজ্ঞতা থকা এজন বিশেষজ্ঞ চিকিৎসকৰ উদাহৰণ পাৰো মানুহৰ শৰীৰত অনেক প্ৰকাৰৰ ৰোগ হয় বিশেষজ্ঞ সিকিৎসকে ইয়াৰ ভিতৰত এটা ৰোগ আৰু সেই ৰোগৰ চিকিৎসৰ বিষয়ে অন্য সাধাৰণ চিকিৎসতকৈ বেছি জানে কিন্তু তথাপিও তেওঁ দাবী কৰিব নোৱাৰে যে এই বিষয়ত তেওঁ যিখিনি জানে তাৰ বাহিৰত আৰু কোনো জ্ঞান নাই কথাবিলাক এনেদৰে বিচাৰ কৰি চালে মানুহে অৰ্জন কৰা জ্ঞান গুণগত আৰু পৰিমাণগতভাৱে কিমান ক্ষুদ্ৰ তাক বুজিব পাৰি পাৰমাৰ্থিক বিষয়কে ধৰি জগতৰ সকলো বিষয়বস্তুৰ ক্ষেত্ৰতে এই কথা খাটে মানুহে  নিজৰ বোধশক্তি , চিন্তাধাৰা  আৰু ৰুচি অনুসৰি নিজৰ মঙ্গলৰ অৰ্থে কাম কৰে আৰু নিজৰ বাবে যি পথ নিৰ্বাচন কৰে তাকে সকলোৰে বাবে উপযোগী বুলি ভাৱে কিছুমান মানুহে ভাৱে যে পূণ্য অৰ্জনৰ বাবে উপযোগী ধৰ্মীয় কাম কৰাটো সৰ্বোৎকৃষ্ট পাৰমাৰ্থিক সাধনা কিছুমানে কয় যে যশস্যা অৰ্জন ,ইন্দ্ৰিয় তুষ্টিকৰণ , সততা ,আত্মনিগ্ৰহ ইত্যাদি মানুহৰ পাৰমাৰ্থিক উন্নতিৰ সহায়ক এনেদৰে শান্তি , স্বাৰ্থপূৰণ ,ত্যাগ ,সমৃদ্ধি , যাগ্-যজ্ঞ ,বলি-বিধান ,তপ-জপ ইত্যাদি সম্পৰ্কীয় সকলো কাৰ্য কিবা নহয় কিবা প্ৰকাৰে বিভিন্ন লোকৰ মনত পাৰমাৰ্থিক উন্নতিৰ সহায়ক হিচাপে চিহ্নিত হয় এনে ধাৰণাৰ বশবৰ্ত্তী হৈ কিছুমান পাৰমাৰ্থিক শিক্ষক বা গুৰুৱেও মানৱ জীৱনৰ মূল লক্ষ্য সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ সাধাৰণ লোকক বিভিন্ন প্ৰকাৰৰ পাৰমাৰ্থিক সাধনা কৰাৰ উপদেশ প্ৰদান কৰে ভাগৱতে কৈছে যে  পৰম সত্য সম্পৰ্কে এই সকলো লোকৰে আংশিক  জ্ঞান থকাৰ কাৰণে তেওঁলোকৰ কাম আৰু উপদেশৰ মাজেৰে পৰম সত্যৰ আংশিক প্ৰকাশ হয় লগতে কোৱা হৈছে যে পৰম সত্য এক আৰু  এই একক পৰম সত্যৰ প্ৰত্যক্ষ উপলব্ধি বা জ্ঞান লাভ কৰা মানৱ জীৱনৰ চৰম লক্ষ্য আৰু সেয়েহে মানুহৰ সমস্ত কাৰ্যকলাপ এই লক্ষ্যত উপনীত হব পৰা ধৰণে পৰিচালনা কৰা উচিত হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান অবিহনে অৰ্থাৎ নিজৰ সত্য পৰিচয় কি তাক জানি লোৱাৰ পিছতহে এই পৰম সত্যক উপলব্ধি কৰিব পাৰি আৰু  গুৰু নিজে আত্মজ্ঞানী হলে আনক আত্মজ্ঞান লাভৰ পথ দেখুৱাব নোৱাৰে হৰিদেৱ গুৰুজনা নিজে আত্মজ্ঞানী মহাপুৰুষ আছিল আৰু  তেওঁ সাধাৰণ মানুহক এই লক্ষ্যৰ পিনে আগ বঢ়াই নিব পৰা ধৰণে সত্ৰানুষ্ঠান সমুহৰ পৰিকল্পনা যুগুত কৰিছিল (আগলৈ)