In 1453 CE Guru
Harideva came back to Kamrupa (Assam) to start his mission of educating common
people on the basis of the knowledge and instructions contained in the
Bhagavata. During that time Kamrupa was politically divided in many small
parts. Each part was ruled by kings and
rulers of different tribes of non Arean origins having vast differences in
language, culture and temperament etc. So naturally there were frequent
infighting among people of different tribes on different issues. We already mentioned
that Guru Harideva himself had to run
away from Kamrupa as a result of such infighting between two tribes. Most of
the people of Kamrupa were of non Arean origins. During that time they used to
worship demigods and goddesses of various names and forms according to their own tribal faiths.
They used to sacrifice animals and even human beings to satisfy their gods and
goddesses. Odd practices of all forms were encouraged in the name of religion
and frequent unrest among the followers of different gods and goddesses were
there .People of different religious groups used to fight each other to
establish the supremacy of the gods and goddesses of their own faith. Thus some
chaotic situations prevailed everywhere
in Kamrupa at that time. In such a situation
Guru Harideva had to carefully choose a suitable place for the beginning of his
missionary works. We already told that Guru Harideva’s father Ajanabha went to
Aswaklanta shrine from Dantapur and after staying there for four years he went
to Narayanpur. Here Guru Harideva was born and brought up. At his age of 16-17
years he had to run away from Narayanpur to save his life and these thing we discussed
earlier. Now,
on his way from Nabadwipa to Kamarupa, all these things came to the mind of Guru Harideva . He discussed everything with Prushottama and finally decided to start
his mission from Dantapur, present Bahari in Barpeta district of Assam, the place where
his forefathers resided for several generations from 7th century CE
up to the first quarter of 15th century CE. Then, after some days of
walking from Nabadwipa Guru Harideva and his party reached this destination .
(to be continued)
ভাগৱত
শাস্ত্ৰৰ
জ্ঞান
আৰু
উপদেশৰ
আধাৰত
জনসাধাৰণক
উন্নতৰ
জীৱনাদৰ্শৰ ব্যৱহাৰিক
শিক্ষা
দান কৰাৰ
ব্ৰত
গ্ৰহণ
কৰি
হৰিদেৱ
গুৰুজনাই
১৪৫৩
খৃষ্টাব্দত
কামৰূপলৈ
উভটি
আহিছিল
। সেই সময়ৰ
কামৰূপ
ৰাজনৈতিক
ভাৱে
অনেক
সৰু
সৰু
ৰাজ্যত
বিভক্ত
হৈ
আছিল। পৃথক
পৃথক
ভাষা,
সংস্কৃতি
আৰু
স্বভাৱসম্পন্ন
ভিন্ন
ভিন্ন
অনাৰ্যমূলীয়
জনগোষ্ঠীৰ শাসকে
কামৰূপৰ
বিভিন্ন
অংশত
শাসনকাৰ্য
চলাইছিল
। সেই
কাৰণে
বিভিন্ন
জাতি
জনগোষ্ঠীৰ
মাজত
বিভিন্ন
বিষয়ক
লৈ
সঘনে
যুদ্ধ
বিগ্ৰহ
হোৱাটো
স্বাভাৱিক
কথা
আছিল
।এনে এখন
গোষ্ঠীগত
যুদ্ধৰ
পৰিণতিতে
হৰিদেৱ
গুৰুজনা
কামৰূপৰ
পৰা
পলাই
যাবলৈ
বাধ্য
হৈছিল
বুলি
আগতে
কোৱা
হৈছে
। কামৰূপৰ
প্ৰায় সমস্ত
প্ৰজাও
মূলতঃ অনাৰ্য
জনগোষ্ঠীৰ
অন্তৰ্গত
আছিল
। সেই
সময়ত
কামৰূপৰ
প্ৰায়
সকলো
লোকে
নিজ নিজ জনগোষ্ঠীয় বিশ্বাস মতে বিভিন্ন
নামৰ
আৰু
বিভিন্ন ৰূপৰ
দেৱী
দেৱতাৰ
পূজা
অৰ্চনা
কৰিছিল
।দেৱী দেৱতাক
সন্তুষ্ট
কৰিবৰ
বাবে
জীৱ-জন্তু
আৰু
আনকি
মনুহকো
বলি
দিয়া
হৈছিল
।ধৰ্মৰ নামত
বিভিন্ন
প্ৰকাৰৰ
কু-প্ৰথা
প্ৰচলন
কৰাৰ
বাবে
উৎসাহ
দিয়া
হৈছিল
আৰু
তাৰ
ফলত
সমাজত
নানা
অশান্তিৰ
সৃষ্টি
হৈছিল। বিভিন্ন
ধৰ্মত
বিশ্বাসী
বিভিন্ন
দলৰ
লোকৰ
মাজত
সততে
সংঘৰ্ষ
হৈছিল
। এই
দৰে
হৰিদেৱ
গুৰুজনা
কামৰূপলৈ
উভটি
অহাৰ
সময়ত
কামৰূপৰ
সকলো
ফালে
এক
সংঘৰ্ষময়
আৰু
বিশৃংখল
পৰিবেশ
বিৰাজ
কৰিছিল। এনে
অৱস্থাত
কামৰূপৰ
কোন
স্থানৰ
পৰা
নিজৰ
সেৱামূলক
কাৰ্যসূচীৰ
পাতনি
মেলা
উচিত
হ’ব
তাক
নিৰ্ধাৰণ
কৰা
গুৰুজনৰ বাবে অলপ
টান
কাম
আছিল
। আগতে
কৈ
অহা
হৈছে
যে
হৰিদেৱ
গুৰুজনাৰ
পিতৃ
অজনাভ
কামৰূপৰ
অন্তৰ্গত
দন্তপুৰৰ
পৰা
অশ্বক্লান্ত
দেৱালয়লৈ
গৈ
তাত
চাৰিবছৰ
থকাৰ
পিছত
নাৰায়ণপুৰলৈ
গৈছিল
। তাতে
হৰিদেৱ
গুৰুজনাৰ
জন্ম
হৈছিল
আৰু
সোতৰ
বছৰমান
বয়সলৈকে
আছিল
। নাৰায়ণপুৰৰ পৰা
তেওঁ
নিজৰ
জীৱন
ৰক্ষা
কৰাৰ
বাবে
পলাই
যাব
লগা
হৈছিল
। এতিয়া
নবদ্বীপৰ
পৰা
কামৰূপলৈ
অহাৰ
পথত
এই
বিলাক কথা
গুৰুজনাই
মনে
মনে
চিন্তা
কৰিছিল
। অৱশেষত
ককায়েক
পুৰুষত্তমৰ
সৈতে
সকলো
কথা
আলোচনা
কৰি
তেওঁৰ
পূৰ্ববপুৰুষ সকলে
খৃষ্টীয়
সপ্তম
শতিকাৰ
পৰা
পঞ্চদশ
শতিকাৰ
প্ৰথম
ভাগ
পৰ্যন্ত
সুদীৰ্ঘ
কাল
বসবাস
কৰি
যোৱা
দন্তপুৰৰ
(বৰ্ত্তমান
বৰপেটা
জিলাৰ
বহৰি
গাওঁ)
পৰা
নিজৰ
জনকল্যাণমূলক
কাৰ্যসূচী
আৰম্ভ
কৰা
উচিত
হ’ব
বুলি
সিদ্ধান্ত
লৈছিল
। সেইমতে
নবদ্বীপৰ
পৰা
কিছুদিন
খোজ
কঢ়াৰ
পিছত
হৰিদেৱ
গুৰুজনা
আৰু
তেওঁৰ
দল কামৰূপৰ
দন্তপুৰত
উপস্থিত
হৈছিল
। (আগলৈ)
No comments:
Post a Comment