Guru Harideva tells that when one surrenders to Lord Krishna after being
free from attachment with own body, then that is the best type of surrender or
“Uttama Sharan”. Again, to become free from such attachment it is essential to analyze various
aspects of the relationship between the embodied soul and the body. In
Bhagavata it is told that the embodied soul enters into a body for enjoyment of
the outcomes of his past deeds. That is, entering into a body is not a normal
situation for the embodied soul. This is because characteristically and naturally the body is bound to come under
various types of situations. For example human body is bound to face some kind of
special situations due to its own nature and characteristics. Similarly, in the
creation there are bodies in innumerable number of species including animals,
birds, plants, creepers and so on. Each body has its own shape ,size , advantages and disadvantages
etc. ,that is, each body possess its own special characteristics and nature .Moreover
,each body has five sheaths; physical
,mental and causal stages and waking
,dreaming and deep sleep states . The nature and characteristics of all of them
are different. We tried to have some
simple ideas of these things and their differences with the embodied soul in
some of our earlier posts. The soul is
felt to be bounded by the limitations pertaining to the nature and
characteristics of the body in which it is embodied. But in actuality the consciousness
or soul cannot be bounded by any activity, nature and characteristic of the
body. Soul always remains free from the limitations of the body. Under such
condition the limitations, happiness and sorrow etc. felt by the consciousness
of the body or the embodied soul is said to be due to its close association with the body. This
point can be explained as follows. In our family we have wife, children and
other very near and dear relatives. If one of them becomes seriously ill then
we feel pain and become unhappy. That is, in spite of being in good health we feel pain of the sickness present in the body of a near and dear relative
due to our close association or attachment with him. In a similar way pain and pleasure, happiness
and sorrow, limitations etc. are nature and characteristics of the body and in
spite of being totally separate from the body the consciousness of the body or the embodied soul feels and enjoy them due
to its closest association with the body. (to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে শৰীৰৰ প্ৰতি থকা
আসক্তি ত্যাগ কৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰাটো উত্তম প্ৰকাৰৰ শৰণ ।আনহাতে শৰীৰৰ প্ৰতি আসক্তি ত্যাগ কৰাৰ বাবে শৰীৰৰ সৈতে শৰীৰস্থ
আত্মাৰ সম্পৰ্কৰ বিষয়ে পুখানুপংখভাৱে বিচাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন। ভাগৱতত
কোৱা হৈছে যে পাপ আৰু পূণ্য কৰ্মৰ ফল ভোগ কৰাৰ অৰ্থে জীৱই শৰীৰ গ্ৰহণ কৰে।অৰ্থাৎ শৰীৰ
গ্ৰহণ কৰাটো আত্মা বা চৈতন্যৰ বাবে স্বাভাৱিক অৱস্থা নহয়। ইয়াৰ
কাৰণ
হৈছে বিভিন্ন প্ৰকাৰৰ শৰীৰ বিভিন্ন প্ৰকাৰৰ গুণগত আৰু অৱস্থাগত পৰিবেশ পৰিস্থিতিৰ
অধীনত থাকিবলৈ বাধ্য হয়।
উদাহৰণ
স্বৰূপে মানৱ শৰীৰ কিছুমান বিশেষ গুণগত আৰু অৱস্থাগত পৰিবেশ-পৰিস্থিতিৰ অধীন । একেদৰে
জগতত জীৱ-জন্তু , চৰাই-চিৰিকতি , গুল্ম-উদ্ভিদ ইত্যাদিকে
ধৰি অসংখ্য প্ৰকাৰৰ শৰীৰ আছে আৰু প্ৰত্যেক শৰীৰৰে আকাৰ-প্ৰকাৰ ,
সুযোগ
সুবিধা ইত্যাদিকে ধৰি অন্যান্য গুণগত আৰু অৱ্স্থাগত পৰিবেশ পৰিস্থিতি পৃথক পৃথক। তদুপৰি
একেটা শৰীৰৰো অন্নময় ,
প্ৰাণময়
,
মনোময়
আৰু বিজ্ঞানময় –এই পঞ্চকোষ ,
স্থুলশৰীৰ
,সুক্ষ্মশৰীৰ,
কাৰণশৰীৰ-
এই তিনিটা স্তৰ আৰু জাগ্ৰত,স্বপ্ন,
সুসুপ্তি-
এই তিনি অৱস্থা আছে।এই সমুহৰ প্ৰত্যেকৰে স্বভাৱ
আৰু গুণধৰ্ম পৃথক পৃথক। আগৰ কেইটামান লিখনিত এইবিলাক
বিষয়ৰ লগতে শৰীৰস্থ চৈতন্য বা আত্মাৰ সৈতে এইবিলাকৰ পাৰ্থক্য সম্পৰ্কে কিছু আভাস
দিয়াৰ চেষ্টা কৰি অহা হৈছে।শৰীৰত থকা অৱস্থাত মুক্ত
স্বভাৱ আত্মা পূৰ্বকৰ্ম অনুসৰি লাভ কৰা শৰীৰটোৰ ওপৰোক্ত গুণধৰ্মগত আৰু অৱস্থাগত
বাধ্য বাধকতাৰ দ্বাৰা সীমাবদ্ধ হোৱা যেন অনুভূত হয়। কিন্তু প্ৰকৃতাৰ্থত শৰীৰৰ কোনো
কাৰ্য প্ৰণালী বা অৱস্থাৰ দ্বাৰা আত্মা একেবাৰে প্ৰভাৱিত নহয়। তেনেস্থলত শৰীৰস্থ চৈতন্য বা আত্মাৰ দ্বাৰা
শৰীৰৰ ভিন্ন ভিন্ন অৱস্থাজনিত যি সুখ-দুখ অনুভৱ কৰা হয় সি শৰীৰ আৰু আত্মাৰ অতি নিকট
সান্নিধ্যৰ ফলত উৎপন্ন হোৱা ভ্ৰম বুলি শাস্ত্ৰত কোৱা হৈছে । কথাখিনি এটা উপমাৰ দ্বাৰা বুজাব
পাৰি ।সংসাৰত পুত্ৰ –কন্যা-পত্নী আদি আমাৰ অতি নিকটাত্মীয় লোক। তেওঁলোকৰ কোনো এজন ৰোগযন্ত্ৰণাত কাতৰ হৈ শয্যাগত
অৱস্থাত থকিলে আমাৰ মনত এনে অনুভৱ হয় যেন আমি নিজে ৰোগযন্ত্ৰণা ভোগ কৰি আছো ।অৰ্থাৎ
নিজে সুস্থ শৰীৰে থকা স্বত্বেও নিকটাত্মীয় লোকৰ শৰীৰৰ অসুস্থতাই আমাক যন্ত্ৰণা দিব
পাৰে । একেদৰে শৰীৰ আৰু আত্মা সম্পূৰ্ণ
পৃথক হ’লেও উভয়ৰে সান্নিধ্য নিকটতম
হোৱা হেতুকে শৰীৰস্থ আত্মা বা চৈতন্য শৰীৰৰ
গুণগত আৰু অৱস্থাগত সীমাবদ্ধতাৰ দ্বাৰা সীমাৱদ্ধ আৰু শৰীৰৰ সুখ-দুখত সুখী বা দুখী
হোৱা যেন অনুভৱ হয় বুলি শাস্ত্ৰত কোৱা হৈছে ।(আগলৈ)
No comments:
Post a Comment