Wednesday, 1 June 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-120 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১২০)

 

Self-realization is the only objective of the spiritual practices suggested by Guru Harideva. But Self-realization is the subject matter of discussion of the Vedanta, that is,  the knowledge section of the Vedas.  It is not possible for common people like us to enter into those complicated explanations contained in the Vedanta. For this reason Guru Harideva preaches his spiritual teachings on the basis of Bhagavata. According to him the Bhagavata contains simplified gist of the complicated topics discussed in the Vedanta. Also, to bring the  complicated knowledge pertaining to self-realization to the reach of the understanding capacity of common people,  the spiritual theories contained in the Vedanta are discussed in various different ways in the Bhagavata. After going through those discussions common people can easily understand what is self- realization and how to attain self- realization . Moreover, in Bhagavata the subject is made clear through elaborate life-stories of many self-realized personalities of different times. Based on those simplified explanations Guru Harideva tells that God has created our body with so many organs of various types. There are gross organs from head to toe. Mind, intelligence, senses etc. are  inner subtle organs of the body. Every organ of our body can be purified by engaging the activities of each of them in the service of God. For example, we can engage our feet to move for collection of  flowers and other essential items for worship of God. Similarly, by hand   we can collect and offer our offerings to God, through eyes we can see the deity of God, through ear we can hear about God, through speech we can pray to God, through mind we can meditate upon God and so on . Guru Harideva suggests that if one comes to the Sharana or shelter of Lord Krishna and engages the activities  of his whole body in the service of God as above, then his attachment with his own  body gradually decreases and   finally he attains self- realization or spiritual perfection.(to be continued)

 গৰ অনেক প্ৰসঙ্গগত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ মাধ্যমত প্ৰদান কৰা ধৰ্মীয় শিক্ষাৰ মূল বিষয়বস্তু হৈছে আত্মজ্ঞানআত্মতত্ব জ্ঞান বেদান্ত শাস্ত্ৰৰ বিষয় বস্তু বেদান্ত বা উপনিষদ শাস্ত্ৰ পাৰমাৰ্থিক জ্ঞানৰ উচ্চতম পৰ্যায় আমাৰ দৰে সাধাৰণ জ্ঞানবুদ্ধিৰ মানুহৰ বাবে বেদ-বেদান্তৰ জটিল তত্বসমুহ বুজি পোৱা সম্ভৱ নহয় সেই কাৰণে হৰিদেৱ গুৰুজনাৰ ধৰ্মীয় শিক্ষা মূলতঃ ভাগৱত শাস্ত্ৰৰ আধাৰত দিয়া হৈছে গুৰুজনাই কৈছে যে বেদান্ত বা উপনিষদৰ  পৰা সাৰ কথাসমুহ সংগ্ৰহ কৰি  ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা হৈছে সাধাৰণ জ্ঞানবুদ্ধি সম্পন্ন লোকেও যাতে আত্মজ্ঞান কি, আত্মজ্ঞান লাভ কৰাৰ উপায় কি ইত্যাদি কথা বুজি লৈ  আত্মজ্ঞান অৰ্থা পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে তাৰ বাবে ভাগৱত শাস্ত্ৰত বিষয়টো অনেক ধৰণে বুজাই দিয়া হৈছেঅনেক আত্মজ্ঞানী পুৰুষৰ জীৱন কাহিনী বৰ্ণনা কৰি বিষয়টো আৰু অধিক পৰিষ্কাৰ কৰা হৈছে ভাগৱত শাস্ত্ৰৰ সহজ-সৰল জ্ঞানৰ আধাৰত বিচাৰ বিবেচনা কৰি গুৰুজনাই কৈছে  যে ভগৱানে আমাৰ দেহ নানা প্ৰকাৰ অঙ্গ-প্ৰত্যঙ্গ দি সৃষ্টি কৰিছে । মূৰৰ পৰা ভৰি  পৰ্যন্ত অনেক স্থূল অঙ্গ  আৰু ইন্দ্ৰিয় ,মন, চিত্ত,বুদ্ধি আদি সুক্ষ্ম অন্তৰেন্দ্ৰিয় আমাৰ শৰীৰৰ অংশএই সমস্তৰে দ্বাৰা কৰা কৰ্মসমুহ  কিবা নহয় কিবা প্ৰকাৰে ভগৱানৰ সেৱাত নিযুক্ত কৰিব পাৰিলে সমস্ত শৰীৰৰ পবিত্ৰতা সাধন হয়উদাহৰণ স্বৰূপে ভৰিৰ দ্বাৰা ভ্ৰমণ কৰি বিভিন্ন ঠাইৰ পৰা পূজাৰ উপকৰণ সংগ্ৰহ কৰিব পাৰি , হাতৰ দ্বাৰা উপকৰণ সংগ্ৰহ আৰু ভগৱানত অৰ্পণ কৰিব পাৰি , বাক্যৰ দ্বাৰা মন্ত্ৰ স্তৱ  আদি পাঠ কৰিব পাৰি  , শিৰৰ দ্বাৰা প্ৰণাম কৰিব পৰি ,চকুৰ দ্বাৰা ভগৱানৰ মূৰ্ত্তি দৰ্শন আৰু কৰ্ণৰ দ্বাৰা ভগৱানৰ কথা, মন্ত্ৰ, স্তৱ আদিৰ শ্ৰৱণ কৰিব পাৰি , মনৰ দ্বাৰা  ভগৱানৰ বিষয়ে গভীৰ চিন্তা বা ধ্যান কৰিব পাৰি ইত্যাদি ইচ্ছা কৰিলে এনে ধৰণে শৰীৰৰ স্থূল আৰু সুক্ষ্ম প্ৰতিটো অঙ্গকে ভগৱানৰ সেৱাত নিযুক্ত কৰিব পাৰি হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱানৰ চৰণত শৰণ গ্ৰহণ কৰি ওপৰোক্ত প্ৰকাৰে শৰীৰৰ সমস্ত অঙ্গ-প্ৰত্যঙ্গ আৰু ইন্দ্ৰিয়ৰ কৰ্ম ভগৱানৰ সেৱাত নিযুক্ত কৰাৰ অভ্যাস কৰি থাকিলে নিজৰ দেহৰ প্ৰতি থকা  আসক্তি ক্ৰমান্বয়ে কমি আহে আৰু এটা সময়ত তেনে ব্যক্তিয়ে আত্মজ্ঞান অৰ্থাপাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে। (আগলৈ)

No comments:

Post a Comment